মহিন্দ্ৰাৰ ধৰতী মিত্ৰ বাস্কেট থ্ৰেছাৰ

আপোনাৰ অনাগত ঋতুৰ শস্যৰ মানবিশিষ্ট মৰণাৰ বাবে, এয়া মহিন্দ্ৰাৰ ধৰতী মিত্ৰ বাস্কেট থ্ৰেছাৰ৷ যদি আপুনি দীঘলীয়া জীৱন কালেৰে এটা হেভী ডিউটী থ্ৰেছাৰ বিচাৰি আছে যি উন্নত মানৰ শস্যৰ হানিত বাধা দিয়ে তেন্তে ধৰতী মিত্ৰ মাল্টিক্ৰপ থ্ৰেছাৰ আপোনাৰ পচন্দ হবই লাগিব! ধৰতী মিত্ৰ মাল্টিক্ৰপ থ্ৰেছাৰ দান, ঘেঁহু, চয়াবীন, মটৰ, বাৰ্লী আৰু অন্যান্য সস্যসমূহৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷ উন্নত মানৰ ব্লেড আৰু সলনি কৰিব পৰা চালনীৰ (শস্য অনুসৰি) সৈতে এটা শক্তিশালী ৰটৰ আৰু অধিক সংখ্যক ফেন থকা এটা সহজে মেইনটেইন কৰিব পৰা থ্ৰেছাৰৰ ব্যৱহাৰৰ অভিজ্ঞতা  উপভোগ কৰক যাৰ ফলত শস্য হানি নূন্যতম হয় আৰু ই উন্নত মানৰ শস্য যোগান ধৰিব পাৰে৷

SPECIFICATIONS ৰ দ্বাৰা

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰাৰ ধৰতী মিত্ৰ বাস্কেট থ্ৰেছাৰ

প্ৰডাক্টৰ নামট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (কিলোৱাট)ট্ৰেক্টৰ ইঞ্জিনৰ ক্ষমতা (এইচপি)ড্ৰাম দৈৰ্ঘ্য (চেমি)ড্ৰাম দৈৰ্ঘ্য (ইঞ্চি)ড্ৰাম ব্যাস (চেমি)ড্ৰাম ব্যাস (ইঞ্চি)ফেনৰ সংখ্যাআনুমানিক ওজন (কেজি)চকাটায়াৰৰ আকাৰক্ষমতা (টি/ ঘন্টা)ৱাটাৰ থ্ৰ’ দূৰত্ব (মি)ৱেষ্ট থ্ৰ’ দূৰত্ব (ফুট)শস্যৰ প্ৰকাৰ
বাস্কেট থ্ৰেছাৰ (পি-910)30409136863442400ডাবল7.50 x 161 ~ 1.26 ~ 820 ~ 25ঘেঁঁহু, বুট, চয়াবীন, মটৰ, সৰিয়হ, বাৰ্লী, ৰাজমাহ, জোৱাৰ, মিলেট, জীৰা
বাস্কেট থ্ৰেছাৰ (পি-990)375010742101.54043000ডাবল9 x 162-2.46~820-25ঘেঁঁহু, বুট, চয়াবীন, মটৰ, জোৱাৰ, সৰিয়হ, ৰাজমাহ, মিলেট, জীৰা, বাৰ্লী
আপুনিও ভাল পাব পাৰে
Mahindra Paddyvator
মহিন্দ্ৰা পেডিভেটৰ
অধিক জানি লওক
DM_Paddy_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ (63 x 36)
অধিক জানি লওক
DM_Paddy_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী মাল্টি ক্ৰপ থ্ৰেছাৰ
অধিক জানি লওক
DM_Paddy_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ পেডী থ্ৰেছাৰ
অধিক জানি লওক
DM_Wheat_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট মাল্টি ক্ৰপ থ্ৰেছাৰ (হাবা দাবা হ’পাৰ মডেল)
অধিক জানি লওক
DM_Wheat_Multi_Crop_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট থ্ৰেছাৰ
অধিক জানি লওক
DM_Wheat_Haramba_Thresher
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ হুইট হৰম্ব থ্ৰেছাৰ
অধিক জানি লওক
Thresher - UDHV
মহিন্দ্ৰাৰ ধৰতী মিত্ৰ মালচাৰ
অধিক জানি লওক
close

How's Your Experience So Far?