মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ'

সকলো ধৰণৰ মাটিৰ অৱস্থাতে উন্নত মানৰ মাটি চহোৱা প্ৰগতিশীল কৃষকসকলৰ বাবে এক সৰ্বোত্তম সংগী, 'মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ'' (Mahindra Gyrovator ZLX Neo) আগবঢ়োৱা হৈছে। নিখুঁততা আৰু স্থায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা আৰু আকৰ্ষণীয় ৰূপৰ (স্মাৰ্ট লুক) সৈতে, এই লাইট ছিৰিজৰ ৰোটাৰী টিলাৰ/ৰোটাভেটৰবিধ শুকান বা তিতা মাটিৰ লগতে বোকা কৰা (পাদলিং) দৰে আটাইতকৈ কঠিন কামসহ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সম্পূৰ্ণ সাজু।

SPECIFICATIONS ৰ দ্বাৰা

স্পেচিফিকেশনৰ বিষয়ে অধিক জানি লওক

মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ'

প্ৰডাক্টৰ নামট্ৰেক্টৰ ইঞ্জিনৰ পাৱাৰ ৰেঞ্জ (কিলোৱাট) (এইচপি)Overall Width (mm)Overall Height (mm)Overall Length (mm)টিলিং বেধ (মিমি)ওজন (কেজি) (প্ৰপেলাৰ শ্বাফ্ট অবিহনে)ব্লেডৰ প্ৰকাৰ*ব্লেডৰ সংখ্যাNumber FlangesDepth of cut (mm)মাল্টি স্পীডচাইড ট্ৰেঞ্চমিচনInput Speed r/minRotor Speed r/min
মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ' 1.45m26-30 kW (35-40 HP)170010889001379358এল/চি প্ৰকাৰ427100-150মাল্টি স্পীডগীয়েৰ ড্ৰাইভ@540172-269/193-241
মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ' 1.65m30-33 kW (40-45 HP)190010889001580383এল/চি প্ৰকাৰ488100-150মাল্টি স্পীডগীয়েৰ ড্ৰাইভ@540172-269/193-241
মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ' 1.85m33-37 kW (45-50 HP)210110889001781412এল/চি প্ৰকাৰ549100-150মাল্টি স্পীডগীয়েৰ ড্ৰাইভ@540172-269/193-241
মহিন্দ্ৰা জাইৰ'ভেটৰ জেদ.এল.এক্স নিঅ' 2.05m37-45 kW (50-60 HP)230210889001982423এল/চি প্ৰকাৰ6010100-150মাল্টি স্পীডগীয়েৰ ড্ৰাইভ@540172-269/193-241
Note: *Depth will differ, depending on soil conditions. *Technical specifications are subject to change due to continuous improvements on products.
আপুনিও ভাল পাব পাৰে
Dharti Mitra
মহিন্দ্ৰা মহভেতৰ এইচ ডি ছিংগল স্পীড
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মাহাভেটৰ এইছ ডি
অধিক জানি লওক
Mahindra Gyrovator
মহিন্দ্ৰা জাইৰ’ভেটৰ
অধিক জানি লওক
MAHINDRA SUPERVATOR
মহিন্দ্ৰা চুপাৰভেটৰ
অধিক জানি লওক
MAHINDRA Rotavator
ৰ’টাভেটৰ তেজ-ই এমএলএক্স
অধিক জানি লওক
MAHINDRA TEZ-E ZLX
মহিন্দ্ৰা তেজ-ই জেডএলএক্স+
অধিক জানি লওক
Dharti Mitra
মহিন্দ্ৰা মহাভেটৰ
অধিক জানি লওক
Mahindra Gyrovator
মহিন্দ্ৰা জাইৰ’ভেটৰ জেডএলএক্স+
অধিক জানি লওক
close

How's Your Experience So Far?